মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ত । কৃতী ছাত্ৰী গৰিমা গগৈক প্ৰয়াত দেৱ কুমাৰ সৰকাৰ বঁটা প্ৰদান —————————————- ডিব্ৰুগড় : ষ্টাফ ৰিপ’র্টাৰ,২৮ জুন,২০২৫ : উজনি অসমৰ নাৰী শিক্ষাৰ অগ্ৰণী অনুষ্ঠান মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ত প্ৰতি মাহে নিয়মিতভাৱে অনুষ্ঠিত’এই মাহৰ অতিথি ‘ শীৰ্ষক আজি অনুষ্ঠিত কাৰ্যসূচীত অতিথিৰূপে অংশ গ্ৰহণ কৰে বিশিষ্ট কণ্ঠশিল্পী, সংগীতজ্ঞ , অসম চৰকাৰৰ দ্বাৰা স্বীকৃত জ্যোতি সংগীতৰ প্ৰশিক্ষক, অনাতাঁৰ শিল্পী শ্ৰীযুত ভূৱন গগৈয়ে। অনুষ্ঠানৰ আৰম্ভণিতে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ অনুপ জ্যোতি ভৰালীয়ে আদৰণি ভাষণ প্ৰদান কৰে। নিজৰ ভাষণত তেওঁ কয় যে,’এই মাহৰ অতিথি’ অনুষ্ঠানৰ যোগেদি ছাত্ৰীসকল উপকৃত হোৱাকৈ প্ৰতি মাহত একোগৰাকীকৈ বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ কৰি পৰিচয় আৰু বাৰ্তালাপ কৰাৰ সুবিধা […]
MANOHARI DEVI KANOI GIRLS’ COLLEGE, DIBRUGARH, ASSAM WALK-IN-INTERVIEW A walk-in-interview will be held on 26th June 2025 (Thursday) at 10:30 AM in the Principal’s Conference Room, MDKG College, Dibrugarh for the recruitment of one (01) contractual post of Assistant Professor in the Department of Hindi ELIGIBILITY: Master’s Degree in the concerned subject with at least 55% marks or its equivalent grade. SPECIALIATION: Open. Interested and eligible candidates are invited to attend the interview with their biodata, photocopies with self attestation of all academic and experience-related documents (if any), and must also bring the original documents for verification. No TA/DA will be […]