• অসম চৰকাৰৰ নিৰ্দেশানুযায়ী ৰাজ্যৰ সকলো শিক্ষানুষ্ঠানত শিক্ষক , ছাত্ৰ- ছাত্ৰীৰ উপস্থিতি আৰু অংশ গ্ৰহণ নিশ্চিত কৰি ৮ ছেপ্টেম্বৰ, ২০২৫ তাৰিখে ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান বিশেষ কাৰ্য্যসূচীৰে পালন কৰা হয় । এই উপলক্ষ্যে মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়তো আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষ আৰু ৰাজনীতি বিজ্ঞান বিভাগৰ বিশেষ সহযোগত এই গৰাকী বিশিষ্ট ব্যক্তিৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপনৰ উদ্দেশ্যেৰে ‘ ভূপেন্দ্ৰ – স্মৰণ ‘ শীৰ্ষক এটি অনুষ্ঠানৰ আয়োজন কৰা হয়৷ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অনুপজ্যোতি ভৰালীয়ে অনুষ্ঠানটো উদ্বোধন কৰা পাছতেই উপাধ্যক্ষ অনিৰুদ্ধ দত্ত আৰু মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ(IQAC) সমন্বয়ক ড° অশ্বিনী মাছেৰ উপস্থিতিত সুধাকণ্ঠ গৰকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰা হয়। অনুষ্ঠানত মহাবিদ্যালয়ৰ […]

  • The Department of Geography, MDKG College, organized an invited lecture on “Doing Culture in Geography: Space, Power and Identity” on 6th September 2025. The session was conducted by Daisy Rani Hazarika, Assistant Professor, Department of Geography, Arya Vidyapeeth College (Autonomous), Guwahati, Assam, who is also an alumna of MDKG College.        

  • On 6th September 2025, the Department of Community Science, Manohari Devi Kanoi Girls’ College, in association with IQAC, organized a special talk for students to mark National Nutrition Week. The resource person, Dr. Pallavi Barooah, highlighted the significance of consuming nutritious food for overall health and wellbeing, while Dr. Sanghamitra Saikia discussed and demonstrated the preparation of protein-rich dishes along with body detox water    

  • NOTICE Dated: 2nd September 2025 In accordance with relevant Government notification, this is to inform all teaching and non-teaching staff and students that the college will remain closed on Wednesday, 3rd September 2025 on the occasion of Karam Puja. By Order Sd/- Principal MDKG College

  • Manohari Devi Kanoi Girls’ College, Dibrugarh, observed National Sports Day on 29th and 30th August 2025. Many students participated with enthusiasm. On this occasion, the College organised Carrom Board and Chess competitions. These events were organised to promote sportsmanship and to encourage healthy competition among the students.               .

  • মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ত ‘এই মাহৰ অতিথি’ অনুষ্ঠানত উদ্যোগী যুৱক অবিনাশ বল্লভ আৰু সিদ্ধাৰ্থ লালুঙৰ বিত্তীয় সাক্ষৰতা সম্পৰ্কীয় ব্যক্তব্য প্ৰদান —————————————- ডিব্ৰুগড় : ষ্টাফ ৰিপ’র্টাৰ,২৮ আগষ্ট,২০২৫ : উজনি অসমৰ নাৰী শিক্ষাৰ অগ্ৰণী অনুষ্ঠান মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ত প্ৰতি মাহে নিয়মিতভাৱে অনুষ্ঠিত’এই মাহৰ অতিথি ‘ শীৰ্ষক আজি অনুষ্ঠিত কাৰ্যসূচীত অতিথিৰূপে অংশ গ্ৰহণ কৰে উদ্যোগী যুৱকদ্বয় ক্ৰমে অবিনাশ বল্লভ আৰু সিদ্ধাৰ্থ লালুঙে । অনুষ্ঠানৰ আৰম্ভণিতে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ অনুপ জ্যোতি ভৰালীয়ে আদৰণী ভাষণ প্ৰদান কৰে। নিজৰ ভাষণত তেওঁ কয় যে,’এই মাহৰ অতিথি’ অনুষ্ঠানৰ যোগেদি ছাত্ৰীসকল উপকৃত হোৱাকৈ প্ৰতিটো মাহতে নিৰ্বাচিত বিশিষ্ট ব্যক্তিসকলক আমন্ত্ৰণ কৰি ছাত্ৰীসকলৰ বাবে পৰিচয় আৰু বাৰ্তালাপ কৰাৰ সুবিধা […]