মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ত ‘এই মাহৰ অতিথি’ অনুষ্ঠানত উদ্যোগী যুৱক অবিনাশ বল্লভ আৰু সিদ্ধাৰ্থ লালুঙৰ বিত্তীয় সাক্ষৰতা সম্পৰ্কীয় ব্যক্তব্য প্ৰদান —————————————- ডিব্ৰুগড় : ষ্টাফ ৰিপ’র্টাৰ,২৮ আগষ্ট,২০২৫ : উজনি অসমৰ নাৰী শিক্ষাৰ অগ্ৰণী অনুষ্ঠান মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ত প্ৰতি মাহে নিয়মিতভাৱে অনুষ্ঠিত’এই মাহৰ অতিথি ‘ শীৰ্ষক আজি অনুষ্ঠিত কাৰ্যসূচীত অতিথিৰূপে অংশ গ্ৰহণ কৰে উদ্যোগী যুৱকদ্বয় ক্ৰমে অবিনাশ বল্লভ আৰু সিদ্ধাৰ্থ লালুঙে । অনুষ্ঠানৰ আৰম্ভণিতে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ অনুপ জ্যোতি ভৰালীয়ে আদৰণী ভাষণ প্ৰদান কৰে। নিজৰ ভাষণত তেওঁ কয় যে,’এই মাহৰ অতিথি’ অনুষ্ঠানৰ যোগেদি ছাত্ৰীসকল উপকৃত হোৱাকৈ প্ৰতিটো মাহতে নিৰ্বাচিত বিশিষ্ট ব্যক্তিসকলক আমন্ত্ৰণ কৰি ছাত্ৰীসকলৰ বাবে পৰিচয় আৰু বাৰ্তালাপ কৰাৰ সুবিধা […]
মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ত । কৃতী ছাত্ৰী গৰিমা গগৈক প্ৰয়াত দেৱ কুমাৰ সৰকাৰ বঁটা প্ৰদান —————————————- ডিব্ৰুগড় : ষ্টাফ ৰিপ’র্টাৰ,২৮ জুন,২০২৫ : উজনি অসমৰ নাৰী শিক্ষাৰ অগ্ৰণী অনুষ্ঠান মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ত প্ৰতি মাহে নিয়মিতভাৱে অনুষ্ঠিত’এই মাহৰ অতিথি ‘ শীৰ্ষক আজি অনুষ্ঠিত কাৰ্যসূচীত অতিথিৰূপে অংশ গ্ৰহণ কৰে বিশিষ্ট কণ্ঠশিল্পী, সংগীতজ্ঞ , অসম চৰকাৰৰ দ্বাৰা স্বীকৃত জ্যোতি সংগীতৰ প্ৰশিক্ষক, অনাতাঁৰ শিল্পী শ্ৰীযুত ভূৱন গগৈয়ে। অনুষ্ঠানৰ আৰম্ভণিতে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ অনুপ জ্যোতি ভৰালীয়ে আদৰণি ভাষণ প্ৰদান কৰে। নিজৰ ভাষণত তেওঁ কয় যে,’এই মাহৰ অতিথি’ অনুষ্ঠানৰ যোগেদি ছাত্ৰীসকল উপকৃত হোৱাকৈ প্ৰতি মাহত একোগৰাকীকৈ বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ কৰি পৰিচয় আৰু বাৰ্তালাপ কৰাৰ সুবিধা […]
মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ত এই মাহৰ অতিথি অনুষ্ঠানত শ্ৰীযুত টিকেন্দ্রজিৎ গগৈ। —————————————- মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ত প্ৰতি মাহে নিয়মিতভাৱে অনুষ্ঠিত’এই মাহৰ অতিথি ‘ শীৰ্ষক ৩১ মে’,২০২৫ তাৰিখে অনুষ্ঠিত কাৰ্যসূচীত অতিথিৰূপে অংশ গ্ৰহণ কৰে বিশিষ্ট পৰিৱেশকৰ্মী, প্ৰাণীতত্ত্ববিদ্ , লেখক তথা ডিব্ৰুগড় হনুমানবক্স সূৰজমল কানৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক শ্ৰীযুত টিকেন্দ্ৰজিৎ গগৈয়ে। অনুষ্ঠানৰ আৰম্ভণিতে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ অনুপ জ্যোতি ভৰালীয়ে আদৰণি ভাষণ প্ৰদান কৰে। নিজৰ ভাষণত তেওঁ কয় যে,’এই মাহৰ অতিথি’ অনুষ্ঠানৰ যোগেদি ছাত্ৰীসকল উপকৃত হোৱাকৈ প্ৰতি মাহত একোগৰাকীকৈ বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ কৰি পৰিচয় আৰু বাৰ্তালাপ কৰাৰ সুবিধা সৃষ্টি কৰিব খোজা হৈছে যাতে ছাত্ৰীসকলে তেনে লোকৰ পৰা প্ৰত্যক্ষভাৱে জ্ঞান ,মাৰ্গ দৰ্শন […]

Users Today : 281
Total Users : 53813
Total views : 139158