‘Dibrugarh University Tea Tribes Students Society’-ৰ দ্বাৰা অনুষ্ঠিত ৰচনা প্ৰতিযোগিতাত মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰী কৃষ্ণা কুৰ্মীয়ে প্ৰথম স্থান লাভ কৰি মহাবিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিছে৷ ছাত্ৰীগৰাকীক অভিনন্দন জনাইছোঁ৷


Users Today : 163
Total Users : 73883
Total views : 183726