Manohari Devi Kanoi Girls’ College, Dibrugarh, observed National Sports Day on 29th and 30th August 2025. Many students participated with enthusiasm. On this occasion, the College organised Carrom Board and Chess competitions. These events were organised to promote sportsmanship and to encourage healthy competition among the students. .
মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ত ‘এই মাহৰ অতিথি’ অনুষ্ঠানত উদ্যোগী যুৱক অবিনাশ বল্লভ আৰু সিদ্ধাৰ্থ লালুঙৰ বিত্তীয় সাক্ষৰতা সম্পৰ্কীয় ব্যক্তব্য প্ৰদান —————————————- ডিব্ৰুগড় : ষ্টাফ ৰিপ’র্টাৰ,২৮ আগষ্ট,২০২৫ : উজনি অসমৰ নাৰী শিক্ষাৰ অগ্ৰণী অনুষ্ঠান মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ত প্ৰতি মাহে নিয়মিতভাৱে অনুষ্ঠিত’এই মাহৰ অতিথি ‘ শীৰ্ষক আজি অনুষ্ঠিত কাৰ্যসূচীত অতিথিৰূপে অংশ গ্ৰহণ কৰে উদ্যোগী যুৱকদ্বয় ক্ৰমে অবিনাশ বল্লভ আৰু সিদ্ধাৰ্থ লালুঙে । অনুষ্ঠানৰ আৰম্ভণিতে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ অনুপ জ্যোতি ভৰালীয়ে আদৰণী ভাষণ প্ৰদান কৰে। নিজৰ ভাষণত তেওঁ কয় যে,’এই মাহৰ অতিথি’ অনুষ্ঠানৰ যোগেদি ছাত্ৰীসকল উপকৃত হোৱাকৈ প্ৰতিটো মাহতে নিৰ্বাচিত বিশিষ্ট ব্যক্তিসকলক আমন্ত্ৰণ কৰি ছাত্ৰীসকলৰ বাবে পৰিচয় আৰু বাৰ্তালাপ কৰাৰ সুবিধা […]

Users Today : 31
Total Users : 57051
Total views : 147469